কৃষকৰ বাবে ভাল খবৰ । মুকলি কৰা হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ সংৰক্ষণ গৃহ । প্ৰায় ১৫ বছৰলৈকে বীজ সংৰক্ষণ হৈ থাকিব জিন বেংকত ।