মাজত মাত্ৰ এটা দিন । সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস । বৃটিছৰ বিৰুদ্ধে অসমৰ ক’ত চিপাহী বিদ্ৰোহ হৈছিল আপুনি বাৰু জানেনে ?