গান্ধীজীৰ কলিয়াবৰ আগমনে কলিয়াবৰৰ স্বাধীনতা সংগ্ৰামীৰ মনত জাগৰণৰ সৃষ্টি কৰা ঐতিহাসিক ঘটনাৰ সাক্ষী ডাক বঙলাটো পৰ্যটনৰ ক্ষেত্ৰৰূপে গঢ় দিয়াৰ আহ্বান কলিয়াবৰবাসীৰ ।