দেশৰ স্বাধীনতা সংগ্ৰামত অন্যতম অৱদান মধ্য অসমৰ নগাঁৱৰ । নগাঁৱৰ একমাত্ৰ জীৱিত স্বাধীনতা সংগ্ৰামীৰ মনৰ কথাৰে জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।