দ্বিতীয় কমৰেডখ্যাত পূৰ্ণানন্দ গগৈৰ ঘৰ বুলিবলৈ আছে মাত্ৰ এটা উৰুখা পজা । দেশৰ স্বাৰ্থত কাৰাবাসলৈ যোৱা সেনানী আজিও চৰকাৰৰ স্বীকৃতিৰ অপেক্ষাত ।