ৰাষ্ট্ৰীয়তাবাদৰ নামত অসমৰ জনগণক অজগৰৰ দৰে গিলিব ধৰিছে বিজেপিয়ে, বুজি পাইছে ৰাইজে: দেৱব্ৰত শইকীয়া
2025-08-16 16 Dailymotion
অসম বিধানসভাৰ বিৰোধীৰ দলপতি, জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ সৈতে ইটিভি ভাৰত, অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ বিশেষ বাৰ্তালাপ ।