দেশমাতৃক সুৰক্ষা দিয়াই নহয় সাধাৰণ নাগৰিকৰ প্ৰতিটো সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা আছে সেনাৰ । তাৰেই অন্যতম নিদৰ্শন দেখা গ'ল জম্মু-কাশ্মীৰত ।