উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ । আজি উচ্ছেদ চলিব ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণপুৰ আৰু হালধীবাৰীত ।