Surprise Me!

১২৫ টা গোচৰ একেদিনাই শেষ কৰিব পাৰোঁ: কি কৌশল শিকিলে বিধায়ক অখিল গগৈয়ে

2025-08-18 3 Dailymotion

বিজেপি চৰকাৰে '২৬ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ উচ্ছেদক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে । ডিব্ৰুগড় আদালতত উপস্থিত হৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ ।

Buy Now on CodeCanyon