পুনৰ অসম মেঘালয় সীমান্তত উত্তপ্ত পৰিস্থিতি । অসমৰ বিদ্যুৎ বিভাগে পোতা বিদ্যুতৰ খুঁটা উভালিলে মেঘালয়ৰ লোকে । ঘটনাক লৈ তীব্ৰ উত্তেজনা ।