১২৪ বছৰ পূৰ্বে মাতৃৰ সৈতে অসমলৈ আহিছিল স্বামী বিবেকানন্দ । তিনিদিন আছিল কামাখ্যা ধামত । কি অৱস্থাত আছে স্বামীজীৰ সেই স্মৃতি বিজড়িত ঘৰটো ?