Surprise Me!

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে তৎপৰ চৰাইদেউ জিলা প্ৰশাসন, মথুৰাপুৰৰ ঐতিহাসিক ভূঞা পুখুৰীত চলিল উচ্ছেদ অভিযান

2025-08-21 2 Dailymotion

বুলড'জাৰৰ হাতোৰা পৰিল চৰাইদেউৰ মথুৰাপুৰত ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি নিৰ্মাণ কৰা বাসগৃহত ৷ বেদখলকাৰীয়ে সাংবাদিকক প্ৰহাৰ কৰা পাছতে উচ্ছেদৰ দাবী কৰিছিল ৰাইজে ৷

Buy Now on CodeCanyon