১৬৭০ শকতে শ্ৰীশ্ৰীবিশ্বম্ভৰ আতাপুৰুষৰ দ্বাৰা প্ৰতিষ্ঠিত শ্ৰীশ্ৰীচামগুৰি সত্ৰত সংৰক্ষিত আপুৰুগীয়া ভাস্কৰ্য পৰিষ্কৰণ কাৰ্যসূচী ।