চেক বিতৰণ অনুষ্ঠানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । উৎকট গৰম আৰু প্ৰচণ্ড ঠেলা হেঁচাত বহু মহিলা মূৰ্ছা গৈছিল ।