প্ৰথমে পথ দুৰ্ঘটনা আৰু তাৰ পিচতেই ঘটিল এক ভাবিব নোৱৰা কাণ্ড । পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উন্মত্ত জনতাৰ প্ৰহাৰত যুৱকৰ মৃত্য়ু, আৰক্ষীকো প্ৰহাৰ ।