Surprise Me!

ভাদমহীয়া নামৰ প্ৰসাদেই হ’লে নেকি বৰবিহ ? খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত অৰ্ধশতাধিক লোক

2025-08-25 2 Dailymotion

ভাদমহীয়া নামৰ প্ৰসাদ খাই মৰাণত শিশু-মহিলাসহ অৰ্ধশতাধিক লোকৰ বিষক্ৰিয়া ৷ নিশা চিকিৎসালয়ত উপস্থিত হৈ আক্ৰান্তৰ খবৰ ল'লে মন্ত্ৰী বিমল বড়াই ৷

Buy Now on CodeCanyon