অপেক্ষা ৩০ আগষ্টলৈ; জ্যোতি চিত্ৰবনত আয়োজন চৰাই চাপৰি শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ
2025-08-25 3 Dailymotion
শিশুসকলৰ বাবে ছবিৰ সংখ্যা যথেষ্ট কম ৷ সেই কথা আগত ৰাখিয়েই চলচ্চিত্ৰ নিৰ্মাতা ঝুলন কৃষ্ণ মহন্তই অনন্য চিন্তাৰে চলচ্চিত্ৰ মহোৎসৱ আয়োজনৰ কথা ভাবে ৷