Surprise Me!

কেনিয়াৰ চাহপাত অসমৰ চাহত মিহলাই বদনামী কৰিছে অসমৰ চাহক: গোমৰ ফাক দেখুৱাই দিলে মৃণাল শইকীয়াই

2025-08-25 11 Dailymotion

২০২৪ বৰ্ষত কেনিয়াৰ পৰা চাহৰ আমদানি হৈছিল ৪৬ লাখ ১৫ হাজাৰ ১০২ কেজি । এই বৰ্ষত আমদানি ৬১ লাখ ৯৩ হাজাৰ ৪৯১ কেজি ।

Buy Now on CodeCanyon