বছৰজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠক সুঁৱৰিব ছাত্ৰ সন্থাই; জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰকাশ পাব স্মাৰক গ্ৰন্থ
2025-08-27 3 Dailymotion
ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আছুৰ বছৰজোৰা কাৰ্যসূচী ঘোষণা । অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদী উৎখাত, অসম চুক্তি ৰূপায়ণৰ দাবীত সত্যাগ্ৰহ কাৰ্যসূচী ।