কলঙৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা বিশাল অট্টালিকাতো চলিব প্ৰশাসনৰ বুলড'জাৰ । নাৱেৰে কলঙৰ বেদখল পৰিদৰ্শন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ।