এসপ্তাহৰ ভিতৰত পথৰ নিৰ্মাণ সম্পূৰ্ণ নহ'লে জংগী আন্দোলনৰ হুংকাৰ আছুৰ
2025-08-30 0 Dailymotion
নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈ উৰণসেতু নিৰ্মাণকাৰ্য চলি থকাৰ ফলত সৰ্বসাধাৰণ ৰাইজ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে । পথছোৱাৰে খোজকাঢ়ি যাব নোৱৰা পৰিৱেশৰ সৃষ্টি হৈছে ।