নিজৰ স্বাৰ্থৰ বাবে হেংদাং শব্দ ব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰীক হাতযোৰ কৰি আহ্বান জনালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।