বিজেপিৰ শ্ৰুতলিপিত অগপৰ সভাপতিয়ে কাম কৰি গৈছে: পদত্যাগৰ পিছতে বিস্ফোৰণ সত্যব্ৰত কলিতাৰ
2025-09-03 54 Dailymotion
অসম গণ পৰিষ দল, সভাপতি আৰু মিত্ৰদল বিজেপিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি বুধবাৰে দলৰ পৰা পদত্যাগ কৰে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই ।