সমাজৰ বৰ্ণ বৈষম্য দূৰ কৰাৰ স্বাৰ্থত মহাত্মা গান্ধীৰ কৰকমলেৰে প্ৰতিষ্ঠা হৈছিল নামঘৰ । স্বাধীনতাৰ পূৰ্বে অসম ভ্ৰমণৰ সময়তে প্ৰতিষ্ঠিত এই নামঘৰ ।