প্ৰতিশ্ৰুত পূৰণ কৰক প্ৰধানমন্ত্ৰীয়ে; জনজাতিকৰণৰ দাবীৰে ৰাজপথত ২০ সহস্রাধিক ভূমিপুত্ৰৰ গোজৰণি
2025-09-11 12 Dailymotion
সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত তিনিচুকীয়াত প্ৰতিবাদ অব্যাহত আছে । চৰকাৰ ৭২ ঘণ্টা সময় দিছে সংগঠনটোৱে । অন্যথা কৰিব অৰ্থনৈতিক অৱৰোধ ।