গৌৰৱ গগৈয়ে ফটুৱামীৰ সীমা পাৰ কৰিছে । নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতেই মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ সমালোচনা কৰিলে গৌৰৱ গগৈক ।