এয়া স্বৈৰতন্ত্ৰ, এয়া গণতন্ত্ৰৰ অপমৃত্যুৰ লক্ষণ; কোচ ৰাজবংশী প্ৰতিবাদীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক গৰিহণা আছুৰ
2025-09-11 6 Dailymotion
বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই আক্ৰাছুৰ কৰ্মীৰ ওপৰত অসম আৰক্ষীৰ নিৰ্মম লাঠীচালনাক বৰ্বৰ আখ্যা দি তীব্র ভাষাৰে সমালোচনা কৰে।