Surprise Me!

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাইজৰ দলে নিজে আন্দোলন ঘোষণা কৰিম : অখিল গগৈ

2025-09-11 0 Dailymotion

চৰকাৰে বাৰে-বাৰে জনগোষ্ঠীয় সংগঠনসমূহক মাতি নি আভুৱা ভৰা কথা কয় । মূল সমস্যাটোৰ সমাধান নকৰে বুলি কয় বিধায়ক অখিল গগৈয়ে ।

Buy Now on CodeCanyon