বি টি চি নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী । প্ৰচাৰ সভাত ইউ পি পি এল আৰু বি পি এফক একত্ৰিত হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ ।