শাৰীৰিক প্ৰতিবন্ধকতা জীৱনৰ এটা থিম হোৱা উচিত: দুচকুত কেৱল আন্ধাৰ... তথাপিও জ্যোতিষ শাস্ত্ৰত ল'লে ডক্টৰেট ডিগ্ৰী
2025-09-15 14 Dailymotion
দুয়োটা চকুৰে নেদেখিলেও সফলতা অৰ্জনৰ বাটত কেতিয়াও পিছুৱাই নাহিলে এগৰাকী লোক ৷ যাৰ বাবে অনায়াসে আৰোহণ কৰিছে সফলতাৰ শিখৰত ।