এ চি এছ বিষয়া নূপুৰ বৰাৰ সম্পত্তিৰ পাহাৰ ৷ চি এম ভিজিলেঞ্চৰ তদন্তত পোহৰলৈ আহিল সকলো তথ্য ৷ মুখ্যমন্ত্ৰীৰ উচিত তদন্তৰ আশ্বাস ৷