Surprise Me!

''মৰিলেও মৰি যাম জনজাতিকৰণ লৈ যাম''; হাতে হাতে অগ্নিশিখা লৈ যোৰহাটৰ ৰাজপথত নামিল অগণন প্ৰতিবাদকাৰী

2025-09-17 1 Dailymotion

ছয় জনগোষ্ঠীক জনজাতিকৰণ দাবীৰে জাতীয় জনগোষ্ঠী সংগঠনৰ ঐক্যবদ্ধ আন্দোলনত কঁপিল যোৰহাট । আৰক্ষী আৰু জোঁৰ সমদলকাৰী মাজত টনা-আজোৰা । আৰক্ষীৰ বেহু ফালিও সাব্যস্ত প্ৰতিবাদ ।

Buy Now on CodeCanyon