জিলা প্ৰশাসন আৰু এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বান শিবিৰত খাদ্য সামগ্ৰীৰ লগতে স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা কৰা হৈছে ।