Surprise Me!

ৰামপ্ৰসাদৰ আক্ৰমণত মালিকৰ মৃত্যু, আহত দুজন

2025-09-18 8 Dailymotion

দেৰগাঁৱত ৰামপ্ৰসাদ নামৰ পোহনীয়া হাতীৰ আক্ৰমণত মালিকৰ মৃত্যু । মাউতসহ দুজন লোক আহত । বন বিভাগে ট্ৰেংকুলাইজ কৰিছে হাতীটো ।

Buy Now on CodeCanyon