অসম তথা অসমীয়াৰ সাহ বাঁহ । বাঁহৰ পৰা প্ৰস্তুত ইথানলে আনিছে নতুন সম্ভাৱনীয়তা । ৰাজ্য চৰকাৰৰ বাঁহ ৰোপণ আঁচনিৰ প্ৰয়োজনীয়তা আছে ।