বিজেপি চৰকাৰ আহিলে বি টি আৰত ইয়াতকৈ অধিক উন্নয়ন হ’ব : মুখ্যমন্ত্ৰী
2025-09-18 1 Dailymotion
প্ৰায় দহ সহস্ৰাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ ৷ বি টি আৰত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ ৷