Surprise Me!

নাহৰৰ দেশত বেলটৰ যুদ্ধ: আছুৰ দখলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা

2025-09-19 2 Dailymotion

শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। সভাপতি পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী আশীষ ভূষণ গগৈ আৰু সাধাৰণ সম্পাদক পদত মাধুৰ্য বৰাৰ বৃহৎ জয়।

Buy Now on CodeCanyon