শ্রীভূমি জিলাত কাঁটাতাঁৰৰ বেৰত আবদ্ধ এই মন্দিৰত সুদীর্ঘ বছৰ ধৰি পূজিত হৈ আহিছে মা দুর্গা । নির্ধাৰিত সময়ত গে'ট খুলি দিয়া হয় ভক্তসকলৰ বাবে ।