জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলিস্বৰূপে নগাঁৱত এম্বুলেন্স ৰেলী । গোটেই নিশা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সাক্ষী হ'ল শ শ অনুৰাগী ।