সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব । সেই স্থানতে হ'ব সমাধিস্থল ।