গছ ভালপোৱা জুবিনে ওপজা দিনত শংকৰদেৱ কলাক্ষেত্ৰত ৰোপণ কৰিছিল চন্দন, নাহৰৰ লগতে বহুকেইজোপা গছ । এতিয়া সেই চন্দনে সুবাসিত কৰিব জুবিনৰ নশ্বৰদেহ ।