ৰে'ল বিভাগত চাকৰি দিয়াৰ নামত কোটিৰ ঘৰত ধন সংগ্ৰহ প্ৰৱঞ্চকৰ । ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আটক প্ৰৱঞ্চক । ধন লোৱাৰ দৃশ্য কেমেৰাত বন্দী ।