'মৰি যাম মাৰি যাম ST লৈ যাম' শ্লোগানেৰে সকীয়ালে চৰকাৰক । জনজাতিকৰণক লৈ আৰু চৰকাৰৰ সৈতে আলোচনা নকৰে প্ৰতিবাদকাৰীয়ে ।