দুখনকৈ উৰণ সেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । জয়ন্ত হাজৰিকাৰ নামেৰে নামকৰণ কৰা হৈছে পানীখাইতিৰ উৰণ সেতু ।