যোৰহাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি, চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব ৰাইজে
2025-09-28 5 Dailymotion
যোৰহাটত জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক অনুষ্ঠানৰ প্ৰস্তুতি । ১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত ৰখা হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম ।