গছ, গঁড়, কলম আৰু মাইক্ৰফোনৰ সৈতে জুবিনদা... প্ৰিয় শিল্পীগৰাকীক বাস্তৱ ৰূপ দিয়াৰ চেষ্টা পাৰ্থপ্ৰতীম বৰুৱাৰ
2025-09-28 21 Dailymotion
নিজৰ হাতৰ পৰশতে প্রিয় শিল্পী জুবিন গাৰ্গক বাস্তৱ ৰূপ দিয়াৰ চেষ্টা নগাঁৱৰ যুৱকৰ ৷ যোৰহাটবাসীক উপহাৰ হিচাপে দিব প্রিয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি ৷