যোৰহাটত জুবিন গাৰ্গৰ ১৩ দিনীয়া সকাম: পৰিয়ালৰ ১২-১৫ গৰাকী লোকৰ উপস্থিতিত মৎসস্পৰ্শ, ২০০০ গায়ন-বায়ন
2025-09-29 2 Dailymotion
১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মাংগলিক কাৰ্যসূচী । কৰ্ণধাৰ সমিতিয়ে ঘোষণা কৰিলে কাৰ্যসূচী । প্ৰথমে আৰম্ভ হ'ব সৰ্বদলীয় প্ৰাৰ্থনা সভা ।