চকুলো টুকি টুকি গৰিমা শইকীয়া গাৰ্গে বিচাৰিলে ন্যায় ৷ “শিশুৰ দৰে ফুচুলালেই তেওঁ সকলোৰে কথা শুনে ৷ বিশ্বাস কৰিছিলো আমাৰ অনুপস্থিতিত তেওঁৰ যত্ন ল’ব ৷”