জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিং । সকলোকে SITক সহযোগ কৰাৰ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ ।