"সদায় দাঁতেৰে কুঁহিয়াৰ গুচাই গুচাই খাইছিল । আমি ৰস খালে তেওঁ গালি পাৰিছিল যে কুঁহিয়াৰ এনেদৰে নাখায় ।" মানস ৰবীনে সুঁৱৰিলে প্ৰাণৰ শিল্পীক ৷